মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

Описание к видео মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

অসমত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্রভাৱ
এতিয়ালৈকে অসমত ৩৫% কম বৰষুণ
চাহ উৎপাদনত ভয়ংকৰ প্রভাৱ
চাহপাতৰ উৎপাদন ৫০% কম হোৱাৰ আশংকা
অসমৰ সৰ্ববৃহৎ উদ্যোগটোৰ ভৱিষ্যৎ কি?
মেঘালয়ত ৫৪% বৰষুণ কম
অস্বাভাৱিকভাৱে মাথো তিনিটা মাহতহে আহিছে পাত
জলবায়ু পৰিৱৰ্তনৰ নাই কোনো সমাধান
মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

#pratidintime #assam #bislekhan

Комментарии

Информация по комментариям в разработке