আকৌ সমুখ সমৰত আপ-বিজেপি...

Описание к видео আকৌ সমুখ সমৰত আপ-বিজেপি...

আকৌ সমুখ সমৰত আপ-বিজেপি। আপৰ সাংসদ স্বাতী মালিৱালক ন্যায় প্রদানৰ দাবীৰে প্রতিবাদ সাব্যস্ত কৰিলে দিল্লী বিজেপিয়ে। স্বাতী মালিৱালক কেজৰিৱালৰ বাসগৃহত বিভৱ কুমাৰে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগৰ পিছতো কেজৰিৱালে কোনো সিদ্ধান্ত নোলোৱাক লৈ সৰৱ দিল্লী বিজেপি।


#PratidinTime #assam #AAP #ArvindKejriwal #bjp

Комментарии

Информация по комментариям в разработке