AIUDFৰ দুৰ্গ হাইলাকান্দিত এতিয়া গৃহযুদ্ধ সদৃশ পৰিৱেশ বিধায়কৰ মাজতে

Описание к видео AIUDFৰ দুৰ্গ হাইলাকান্দিত এতিয়া গৃহযুদ্ধ সদৃশ পৰিৱেশ বিধায়কৰ মাজতে

সমষ্টি পুনৰ নিৰ্ধাৰণে কাটলিছেৰা আৰু আলগাপুৰ সমষ্টি দুটা লগ কৰি এটা কৰাৰ লগতে হাইলাকান্দি বিধানসভা সমষ্টিৰ ভৌগোলিক পৰিসীমা পৰিৱৰ্তন কৰাৰ লগে লগে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ প্রতি তীব্র প্রত্যাহ্বান আহিছে সমষ্টি তিনিটাৰ বিধায়ককেইগৰাকীলৈ। সকলোৰে শেনদৃষ্টি এতিয়া আলগাপুৰ কাটলিছেৰাত। এনে পৰিস্থিতিত নিজৰ নিজৰ ৰাজনৈতিক অংক লৈ পৰস্পৰৰ বিৰুদ্ধে যুদ্ধত নামিছে বিধায়ক তিনিগৰাকী। এক কথাত AIUDFৰ দুৰ্গ হাইলাকান্দিত এতিয়া গৃহযুদ্ধ সদৃশ পৰিৱেশ বিধায়কৰ মাজতে।

#pratidintime #Hailakan #aiudf

Комментарии

Информация по комментариям в разработке